Breaking

Browsing Category

ৰাষ্ট্ৰীয়

ফিটনেছ মেগী বা কফি নহয়, দুই মিনিটতে হ’বলৈ! মন কি বাটত নিজৰ ফিটনেছৰ ৰহস্য প্ৰকাশ অক্ষয়ৰ;…

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাট’ৰ ১০৮ সংখ্যক খণ্ডত বলীউডৰ ফিটনেছ প্লেয়াৰ বুলি অভিহিত অক্ষয় কুমাৰে নিজৰ ফিটনেছৰ গোপনীয়তা প্ৰকাশ কৰিছিল। তেওঁ ফিটনেছৰ ৰহস্য শুনাৰ পিছত প্ৰধানমন্ত্ৰী মোদীও আপ্লুত হৈ পৰিল। ২০২৩ চনৰ শেষ
Read More...

অযোধ্যাক উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে, প্ৰতি মুহূৰ্ততে মোদীক সংগ দিলে মুখ্যমন্ত্ৰী যোগী…

প্ৰধানমন্ত্ৰী মোডী অযোধ্যা ভ্ৰমণঃ ৰাম মন্দিৰত ৰামলালাৰ অভিষেকৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাক দিলে ডাঙৰ উপহাৰ। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী যোগীৰ মাজত আচৰিত ধৰণৰ মিল দেখা গ’ল। প্ৰতি মুহূৰ্ততে প্ৰধানমন্ত্ৰী
Read More...

১ জানুৱাৰীৰ পৰা নতুন ছিমকার্ড কিনিবলৈ আপুনি মানি চলিব লাগিব কেইবাটাও নিয়ম

১ জানুৱাৰীৰ পৰা প্রযোজ্য হ'ব ছিম কার্ড লোৱাৰ নতুন নিয়ম। এতিয়াৰে পৰা নতুনকৈ ছিমকার্ড কিনিবলৈ আপুনি মানি চলিব লাগিব কেইবাটাও নিয়ম। প্ৰৱঞ্চনা ৰোধৰ বাবে নতুন ছিম কাৰ্ডৰ ক্ষেত্রত এই নিয়ম প্রযোজ্য
Read More...

অযোধ্যাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অযোধ্যা ধাম জংচনৰ পৰা ৬খন বন্দে ভাৰত আৰু ২খন অমৃত ভাৰত…

আজি অযোধ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে অযোধ্যাত উৎকৃষ্ট প্ৰস্তুতি চলোৱা হৈছে। আজি তেওঁ অযোধ্যাত ১৫,৭০০ কোটি টকাৰ ৪৬ টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। অযোধ্যা ধাম জংচনৰ পৰা ৬খন বন্দে ভাৰত আৰু
Read More...

কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, আলফাৰ মাজত শান্তি চুক্তি স্বাক্ষৰ…

কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, আলফাৰ মাজত শান্তি চুক্তি স্বাক্ষৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গৃহমন্ত্ৰী
Read More...

বানে বিধ্বস্ত কৰিছিল মঙল গ্ৰহকো! নাছাই প্ৰেৰণ কৰা ৰভাৰে দিছে তথ্য…

নাছাই প্ৰেৰণ কৰা ৰভাৰে দিছে মঙল গ্ৰহ সন্দৰ্ভত নিত্য নতুন তথ্য । তথ্য মংগল গ্ৰহো বানপানী হৈছিল। মংগল গ্ৰহৰ পৃষ্ঠত সঁচাকৈয়ে লাখ লাখ বছৰৰ আগতে পানী আছিল আৰু সম্ভৱতঃ জীৱও আছিল বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে। কিন্তু পিছৰটোৰ নিৰ্ণায়ক প্ৰমাণ
Read More...

ৰাজধানী চহৰ দিল্লীত চিনাক্ত হ’ল কোভিডৰ নতুন প্ৰজাতি জে এন ১ত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী…

দেশত পুনৰ কোভিডৰ ত্ৰাসে গা কৰি উঠিছে। কৰোনা ভাইৰাছৰ নতুন উপ-প্ৰকাৰ জে.এন.১কলৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে। দেশত এতিয়া প্ৰায় ৫০০০ লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। স্বাভাৱিকতে সেয়ে উদ্বেগ বাঢ়ি আহিছে। দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কৰ’না
Read More...

ৰাম মন্দিৰৰ উদ্বোধনঃ অযোধ্যাৰ বহু এলেকাত নিষিদ্ধ মদ-মাংস…

অযোধ্যাৰ বহু এলেকাত নিষিদ্ধ কৰা হ’ল মদ-মাংস। ২০২৪ চনৰ ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হব। তাৰবাবে ব্যাপক আয়োজন চলি আছে। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ আবকাৰী মন্ত্ৰী নীতিন আগৰৱালাই অযোধ্যাৰ ৮৪ কোচি পৰিক্ৰমা অঞ্চলত সুৰা উপলব্ধ নহ’ব
Read More...

আজি নতুন দিল্লীত কেন্দ্ৰ -অসম চৰকাৰৰে ঐতিহাসিক ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰিব আলোচনাপন্থী…

নতুন দিল্লীত কাইলৈ (২৯ ডিচেম্বৰ)ৰ সন্ধিয়া ৫ বজাত কেন্দ্ৰ -অসম চৰকাৰৰে ঐতিহাসিক ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰিব আলোচনাপন্থী আলফাই। এই ঐতিহাসিক চুক্তিত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম (আলফা)ৰ প্ৰতিনিধিসকল
Read More...

এনে কাম নকৰিব যি কামে আনক আঘাত কৰে: কাশ্মীৰত সেনাক সতৰ্ক কৰি দিলে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ…

কাশ্মীৰত সেনাৰ বিৰুদ্ধে অসামৰিক লোকক হত্যা কৰাৰ অভিযোগৰ মাজতে প্ৰতিৰক্ষামন্‌ৰী ৰাজনাথ সিঙে আজি কাশ্মীৰত উপস্থিত হয়। সেনাই দেশক সুৰক্ষা দিয়ে। কিন্তু দেশক ৰক্ষা কৰাৰ উপৰি আমি সাধাৰণ লোকসকলৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰিব লাগিব। সেনাৰ ফালৰ পৰা
Read More...