Breaking

Browsing Category

ৰাষ্ট্ৰীয়

একে দিনাই অশান্ত আচৰণৰ বাবে লোকসভাৰ পৰা নিলম্বিত ৩০ জনৰো অধিক সাংসদ

সংসদৰ শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি ৩০জনৰো অধিক সাংসদক লোকসভাৰ পৰা নিলম্বন কৰা হৈছে। যোৱা সপ্তাহত সংসদৰ নিৰাপত্তা ভংগৰ প্ৰতিবাদৰ মাজতে সদনত অশান্তি সৃষ্টি কৰাৰ বাবে তেওঁলোকক নিলম্বন কৰা হৈছে
Read More...

দেশত বৃদ্ধি পাইছে কৰ’না, এদিনত পাঁচজন লোকৰ মৃত্যু! বিশ্ব স্বাস্থ্য সংস্থাইও জাৰি কৰিছে সতৰ্কবাণী

যোৱা ২৪ ঘন্টাত দেশত ৩৩৫ জন নতুনকৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ৫জন লোকৰ মৃত্যু। বৰ্তমান সমগ্ৰ দেশতে কৰ’না ৰোগীৰ সংখ্যা ১৭০১ জন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি দেওবাৰে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৫ জন লোকৰ ভিতৰত
Read More...

বিকশিত ভাৰত সংকল্প যাত্ৰাঃ অসমৰ কল্যাণী ৰাজবংশীৰ সফলতাৰ কাহিনী শুনি অভিভূত মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ (ভিবিএছৱাই) হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ভাষণ প্ৰদান কৰে । চলিত যাত্ৰাৰ সময়ত এয়া প্ৰধানমন্ত্ৰীৰ তৃতীয়টো বাৰ্তালাপ আছিল। সমবেত লোকসকলক
Read More...

ৰাম মন্দিৰ উদ্বোধনৰ এমাহ পিছত, অযোধ্যা চহৰৰ উপকণ্ঠত আৰম্ভ হ’ব নতুন মছজিদৰ নিৰ্মাণ…

যদি সকলো ঠিকে থাকে ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানটোত মুখ্য অতিথি হ'ব।
Read More...

কাৰখানাত তীব্ৰ বিস্ফোৰণ! থিতাতে৯ জন লোকৰ মৃত্যু, আন কেইবাজনো আহত

মহাৰাষ্ট্ৰৰ নগপুৰৰ এটা বৃহৎ অঞ্চল হঠাতে বিস্ফোৰণৰ শব্দই জোকাৰি গ’ল। বজাৰগাঁও অঞ্চলৰ ‘ছ’লাৰ ইণ্ডাষ্ট্ৰীজ ইণ্ডিয়া লিমিটেড’ত সংঘটিত হোৱা বিস্ফোৰণত কমেও ৯ জন লোকৰ মৃত্যু হয়। আন কেইবাজনো আহত হয়। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক। আটাইকেইজনক
Read More...

৬০০ টকাতে লাভ কৰিব LPG চিলিণ্ডাৰ

৬০০টকাতে লাভ কৰিব চিলিণ্ডাৰ। কেন্দ্রীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰিয়ে কৰিছে এই ঘোষণা। নতুন LPGৰ সংযোগ ল'ব পাৰিব আপুনি। প্রধানমন্ত্রী উজ্জ্বলা আঁচনিৰ অধীত পাব নতুন
Read More...

তদন্তৰ প্ৰয়োজন, বিতৰ্কৰ নহয়: সংসদৰ নিৰাপত্তা উলংঘন সন্দৰ্ভত মন্তব্য প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক সাক্ষাৎকাৰত যোৱা সপ্তাহত সংসদৰ বৃহৎ নিৰাপত্তা উলংঘনৰ বিতং তদন্তৰ আহ্বান জনায়।
Read More...

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ সৰ্ববৃহৎ হীৰা আৰু গহনা ব্যৱসায়ৰ কেন্দ্ৰ…

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ সৰ্ববৃহৎ হীৰা আৰু গহনা ব্যৱসায়ৰ কেন্দ্ৰ
Read More...

কোভিডৰ নতুন ৰূপঃ কেৰালাত কোভিডৰ নতুন প্ৰজাতিত আক্ৰান্ত এজন লোক

পুনৰ ৰঙা চকু দেখুৱাই আহিছে কোভিডে। পুনৰ ভয়াৱহ ৰূপত মূৰ দাঙি উঠিছে কোভিডে।কোভিড এতিয়াও পৃথিৱীৰ পৰা আঁতৰি যোৱা নাই ৷ হয়, শেহতীয়াকৈ পোহৰলৈ আহিছে ইয়াৰ এক নতুন ভেৰিয়েন্ট ৷ আচলতে আজিকালি কোনেও জানিবই
Read More...

পাঁচখন ৰাজ্যত ‘বিকশিত ভাৰত সংকল্প যাত্রা’ৰ ফ্লেগ্‌-অফ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'বিকশিত ভাৰত সংকল্প যাত্ৰা'ৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ হিতাধিকাৰীও আজিৰ এই সংকল্প যাত্রাত চামিল হয়। এই সময়ছোৱাত কেন্দ্রীয় মন্ত্রী
Read More...