Breaking

Browsing Category

ৰাষ্ট্ৰীয়

বিশ্বকাপৰ ফাইনেলক লৈ আহমেদাবাদত পানী নসৰকা নিৰপত্তা বেহু, ৬,০০০ নিৰাপত্তাকৰ্মী মোতায়েন

দেশ-বিদেশৰ ক্ৰীড়াপ্ৰেমীৰে এতিয়া ভৰি পৰিছে আহমেদাবাদ। সকলোৱে মাথো অপেক্ষা কৰিছে কাইলৈৰ দিনটোলৈ। আহমেদাবাদত এতিয়া হোটেলৰ ছিংগল কোঠা একোটাৰ এনিশাৰ ভাড়া ১লাখ ২৫ হাজাৰ টকা পৰ্যন্ত হৈছে। ইয়াৰ মাজতে বিশ্বকাপৰ ফাইনেলক লৈ আহমেদাবাদত গঢ়ি তোলা
Read More...

নিৰ্মাণৰত সুৰংগ ভাঙি আবদ্ধ ৪০জন লোক

উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ব্ৰহ্মখাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত চিল্কিয়াৰা আৰু দাংদালগাঁওৰ মাজত নিৰ্মাণাধীন এটা সুৰংগৰ এটা অংশ দেওবাৰে পুৱতি নিশা খহি পৰাৰ ফলত কমেও ৩৬ জন শ্ৰমিক আৱদ্ধ হৈ পৰে বুলি জানিব পৰা গৈছে।
Read More...

বাংগালুৰু, হাইদৰাবাদ, চেন্নাই, নতুন দিল্লী, মুম্বাইত হাউছফুল ‘ৰাঘৱ’ৰ

জনপ্ৰিয় অভিনেতা যতীন বৰাৰ দ্বাৰা অভিনীত তথা পৰিচালিত অসমীয়া বোলছবি "ৰাঘৱ"ক লৈ অসমত বয়কট, সমালোচনা, বিতৰ্ক অব্যাহত। বহুতে ছবিখনৰ সপক্ষে মত দিয়াৰ বিপৰিতে আন
Read More...

জয় যাত্ৰা অব্যাহত অসমৰ; কেৰেলাক ৬ উইকেটত পৰাস্ত কৰি পোন প্ৰথমবাৰৰ বাবে চৈয়দ মোস্তাক আলী ট্ৰফীৰ…

চৈয়দ মুস্তাক আলী টুৰ্নামেণ্টৰ ছেমি ফাইনেলত অসম। কোৱাৰ্টাৰ ফাইনেলত কেৰালাক ৬ উইকেটত পৰাস্ত কৰে অসমে। প্ৰথমে বেটিং কৰি কেৰালাই সংগ্ৰহ কৰিছিল ১৫৮ ৰান।
Read More...

৩৭ সংখ্যক গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত উজ্বলিল ওদালগুৰি জিলাৰ জেউতি আৰু দেৱীকা

৩৭ সংখ্যক গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত পেঞ্চাক চিলাট খেলত ৰূপৰ পদক পোৱা জেউতি বড়ো আৰু ব্ৰঞ্জৰ পদক পোৱা দেৱীকা বড়োক লৈ টংলা চহৰত অনুৰাগীসকলে মঙলবাৰে শোভাযাত্ৰা কৰে। শোভাযাত্ৰাৰ সময়ত বিভিন্ন অনুষ্ঠান
Read More...

পলমকৈ চলা ৰে’লৰ বিৰুদ্ধে গোচৰ এজন ভুক্তভোগী যাত্ৰীৰ; ৰে’লখন পলম হৈছিল ২০১৮ ত; ভাৰতীয় ৰে’লৱেই…

পলমকৈ চলা ৰে'লৰ বিৰুদ্ধে গোচৰ তৰিলে এজন দুখী যাত্ৰীয়ে। সেই গোচৰত গ্ৰাহক আদালতৰ ৰায় যাত্ৰীজনৰ সপক্ষে। ৰে’লখনৰ পলম হোৱাৰ বাবে যাত্ৰীজনে যি অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল তাৰ ক্ষতিপূৰণ দিব লাগে বুলি আদালতে নিৰ্দেশ দিয়ে। আৰু সেই
Read More...

কেৰালাৰ এৰ্নাকুলমত ৫ ছেকেণ্ডৰ ব্যৱধানত সংঘটিত তিনিটাকৈ ভয়ংকৰ বোমা বিস্ফোৰণ

কেৰালাৰ এৰ্নাকুলমত বোমা বিস্ফোৰণ। ৫ ছেকেণ্ডৰ ব্যৱধানত সংঘটিত তিনিটাকৈ ভয়ংকৰ বিস্ফোৰণ।বিস্ফোৰণত মৃত্যু এজনৰ।
Read More...

ঘৰুৱা গ্ৰাহকৰ বাবে সুলভ মূল্যত পিঁয়াজৰ পৰ্যাপ্ত উপলব্ধতাৰ বাবে চৰকাৰৰ বিশেষ ব্যৱস্থা

ঘৰুৱা বজাৰত পিঁয়াজৰ উপলব্ধতা বৃদ্ধি আৰু মূল্য নিয়ন্ত্ৰণৰ লক্ষ্যৰে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে পিঁয়াজৰ ৰপ্তানিৰ ওপৰত শনিবাৰে প্ৰতি টনত ৮০০ মাৰ্কিন ডলাৰৰ নূন্যতম ৰপ্তানি মূল্য (এমইপি) আৰোপ কৰে। ঘৰুৱা
Read More...

ৰোজগাৰ মেলা সম্বোধি ৫১ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰীৰ; গুৱাহাটীত ১০১নিযুক্তি পত্ৰ বিতৰণ…

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন কৰি বিভিন্ন চৰকাৰী বিভাগত ৫১,০০০তকৈও অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে৷ সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত এই নৱনিযুক্তিপ্রাপ্তসকলে
Read More...

মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত অসমৰ পৰা নতুন দিল্লীলৈ অমৃত কলহ কঢ়িওৱা যাত্ৰীক নতুন দিল্লীত ভব্য…

স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্য্যসূচীৰ চূড়ান্ত পৰ্যায়ত কেন্দ্রীয় চৰকাৰে হাতত লোৱা "মোৰ মাটি মোৰ দেশ" শীৰ্ষক অনুষ্ঠানৰ অন্তৰ্গত অমৃত কলহ যাত্ৰাত অসমৰ বিভিন্ন জিলাৰ পৰা সংগ্ৰহ কৰা মাটিৰ কলহ কঢ়িয়াই ৰেলেৰে নতুন দিল্লীত উপস্থিত হোৱা
Read More...