Breaking

Browsing Category

ৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰত ৪০ মহলীয়া অট্টালিকাৰ পৰা খহি পৰিল লিফ্ট, ৭ জনৰ মৃত্যু…

এক শোকাৱহ ঘটনা ঘটিছে মহাৰাষ্ট্ৰত। ৰাজ্য খনৰ থানে চহৰত এটা ৪০ মহলীয়া অট্টালিকাৰ পৰা লিফ্ট খহি পৰাৰ ফলত ৭ জন লোক নিহত হৈছে। নিহতসকলৰ আটাইকেইজনেই শ্ৰমিক বুলি জানিব পৰা গৈছে। ঘটনাটো থানে চহৰৰ বালকুম অঞ্চলৰ ৰণৱাল কমপ্লেক্স নামৰ বহুমহলীয়া
Read More...

G20 শীৰ্ষ সন্মিলনৰ বাবে ৰাষ্ট্ৰপতিৰ আয়োজিত নৈশ আহাৰৰ তালিকাৰ ফটো ভাইৰেল

জি-২০ সন্মিলনৰ প্ৰথম দিনটোৰ অন্ত পৰাৰ লগে লগে দিল্লীৰ ভাৰত মণ্ডপামত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰা জি-২০ৰ চৰকাৰী গালা ডিনাৰত বিশ্বৰ নেতা আৰু প্ৰতিনিধিসকলক অনন্য ভাৰতীয় সুস্বাদু খাদ্য পৰিবেশন কৰা হয়।
Read More...

৩০০ মেগাৱাট বিদ্যুৎ আবণ্টন বিচাৰি কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত…

লোডশ্বেডিঙত অতিষ্ঠ ৰাজ্যবাসী৷ প্ৰচণ্ড গৰম কিম্বা প্ৰয়োজনীয় সময়ত বিদ্যুৎ উপলব্ধ নোহোৱাত চৰকাৰৰ প্ৰতি ক্ষোভ জনতাৰ। ইয়াৰ মাজতেই বিদ্যুতৰ চাহিদা সন্দৰ্ভত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ সৈতে বিশেষ
Read More...

ইণ্ডিয়া বাতিলকৰণত ৱেবচাইটত সংকট ! কি হব ডট ইন ব্যৱহাৰ কৰা ৱেবচাইটৰ…

ইণ্ডিয়াৰ সলনি দেশৰ নাম ভাৰত কৰাৰ দাবী উত্থাপন সময়তে ৱেবচাইট ব্যৱহাৰকাৰীলৈ আহিছে আন এক সংকট। ভাৰতত "ডট ইন " ব্যৱহাৰ কৰা বহু ৱেবচাইট আছে। ইন শব্দটোৱে ইণ্ডিয়া অৰ্থাত ভাৰতৰ কথা বুজায়। এই ডট ইনৰ অৰ্থ কাউন্ট্ৰি ক'ড টপলেয়াৰ ডমেইন।
Read More...

ডুৰাণ্ড কাপ ফুটবলৰ চেম্পিয়নৰ খিতাপ দখল মোহন বাগানৰ…

ডুৰাণ্ড কাপ ফুটবলৰ চেম্পিয়নৰ খিতাপ দখল মোহন বাগানৰ৷ পূব বেংগলক ১-০ গ’লত পৰাস্ত কৰি জয়ী হ'ল মোহন বাগান৷
Read More...

অসমৰ কৃষক বিজয়লক্ষ্মী পামে আৰু বলীন পাত্ৰলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি

গৌৰৱৰ বিষয়। অসমৰ বহু বিলুপ্তপ্ৰায় থলুৱা বাওধানৰ জাতৰ সংৰক্ষণ আৰু সংবৰ্ধন তথা ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্প্ৰসাৰণত বিশেষ অৱদান আগবঢ়োৱা অসমৰ দুগৰাকী কৃষক বিজয়লক্ষ্মী পামে আৰু বলীন পাত্ৰই কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ
Read More...

২০২৩ বৰ্ষৰ ৰমন মেগছেছে বঁটা ঘোষণা ! ৰবি কান্নান আৰলৈ ২০২৩ বৰ্ষৰ ৰমন মেগছেছে বঁটা প্ৰদান…

২০২৩ বৰ্ষৰ ৰমন মেগছেছে বঁটা ঘোষণা। ৰবি কান্নান আৰলৈ ২০২৩ বৰ্ষৰ ৰমন মেগছেছে বঁটা।
Read More...

কেইবাখনো ৰাজ্যৰ বাবে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান বিভাগৰ

আগন্তুক দুদিনৰ বাবে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে কেইবাখনো ৰাজ্যলৈ।
Read More...

উচ্চতম ন্যায়ালয়ে কৃষ্ণ জন্মভূমিৰ সমীপত চলোৱা এক অভিযান ১০ দিনৰ বাবে স্থগিত…

উত্তৰ প্ৰদেশৰ মথুৰাৰ কৃষ্ণ জন্মভূমিৰ সমীপত ৰে’ল কৰ্তৃপক্ষই চলাই থকা ভাঙি পেলোৱা অভিযান সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে যথাৰ্থ অৱস্থাৰ নিৰ্দেশ দিয়ে।
Read More...