Breaking

Browsing Category

ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোডীক বৰ্তমানৰ হিংসা-পীড়িত মণিপুৰৰ পৰিস্থিতিৰ…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ৰাজ্যৰ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত মূল্যায়ন কৰে৷
Read More...

‘আদিপুৰুষ’ নিৰ্মাতাসকলে পুনৰ 3D সংস্কৰণৰ টিকটৰ মূল্য হ্ৰাস কৰিলে, যাৰ মূল্য ১১২টকা

‘আদিপুৰুষ’ নিৰ্মাতাসকলে ঘোষণা কৰিছে যে আজিৰে পৰা দৰ্শকে ১১২ টকা ৰেহাই মূল্যত ছবিখন 3D ৰূপত চাব পাৰিব। দ্বিতীয়বাৰৰ বাবে মেকাৰে মূল্য হ্ৰাস কৰিছে। যোৱা সপ্তাহত বৃহস্পতিবাৰ আৰু শুকুৰবাৰৰ বাবে ১৫০ টকালৈ
Read More...

৯১ গৰাকী নিকটাত্মীয়লৈ পেন্সন, লোকতন্ত্ৰ সেনানীক স্মৰণ অসম চৰকাৰৰ

৪৮ বছৰ পূৰ্বে অৰ্থাৎ ১৯৭৫ চনৰ আজিৰ দিনটোত দেশত ঘোষণা কৰা হৈছিল জৰুৰীকালীন অবস্থা। লোকতন্ত্ৰৰ সেনানী সকলক দেওবাৰে অসম চৰকাৰে শ্ৰদ্ধাৰে সোৱঁৰণ কৰাৰ লগতে ৯১ গৰাকী নিকটাত্মীয়লৈ মাহিলী পেন্সন ঘোষণা কৰে৷
Read More...

ভৱিষ্যতৰ চিকিৎসকসকলে গাঞ্জা খেতি কৰে, গ্ৰাহক আন ছাত্ৰ-ছাত্ৰী! গ্ৰেপ্তাৰ ৫ জন

ভাং খেতি আৰু ভাং ব্যৱসায়ৰ অভিযোগত ৫ জন চিকিৎসা বিজ্ঞানৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কৰ্ণাটক আৰক্ষীৰ তথ্য অনুসৰি নিষিদ্ধ ড্ৰাগছৰ খেতি আৰু ব্যৱসায়ৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা পাঁচজন চিকিৎসা
Read More...

ধাৰাসাৰ বৰষুণৰ মাজতে ২৬-২৮ জুনলৈ দিল্লীত জাৰি কৰা হৈছে হালধীয়া সতৰ্কতা

দেওবাৰৰ পুৱতি নিশা দিল্লী মহানগৰীৰ কিছু অংশত প্ৰবল বৰষুণ হোৱাৰ ফলত ২৬ জুনৰ পৰা ২৮ জুনলৈ দিল্লীৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে আই এম ডিয়ে। গুৰুগ্ৰামৰ কিছু অংশতো প্ৰচণ্ড বৰষুণৰ সাক্ষী হৈছিল,
Read More...

বৰষুণৰ মাজতে নতুন দিল্লী ৰে’ল ষ্টেচনত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

ৰাষ্ট্ৰীয় ৰাজধানীত হোৱা বৰষুণৰ ফলত পানী জমা হোৱাৰ মাজতে বিদ্যুৎস্পৃষ্ট হৈ দেউবাৰে নতুন দিল্লী ৰেল ষ্টেচনত এগৰাকী মহিলাৰ মৃত্যু হয়। দিল্লী আৰক্ষীৰ মতে, সাক্ষী আহুজাই বিদ্যুতৰ খুঁটা এটা ধৰিলে যাতে
Read More...

প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টিক সংৰক্ষণমুক্ত কৰি খচৰা প্ৰকাশ কৰাত চিচিবৰগাঁও, চিলাপথাৰত…

ভাৰতৰ নিৰ্বাচনী আয়োগৰ দ্বাৰা অসমৰ লোক সভা আৰু বিধানসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্দ্ধাৰণৰ প্ৰস্তাৱিত তালিকাৰ খচৰা প্ৰকাশ কৰা লগে লগে চিচিবৰগাঁও, চিলাপথাৰৰ লগতে ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ ৰাইজে নিৰ্বাচনী আয়োগ আৰু অসম তথা ভাৰত চৰকাৰক
Read More...

মণিপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বৰ্জন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি দাহ

মণিপুৰৰ হিংসাক লৈ নিৰৱতা বজাই ৰখাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গৰিহণা দি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বুধবাৰে বহু সংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰে।যোগ দিৱস বৰ্জন কৰাৰ সময়ত প্ৰতিবাদকাৰীসকলে শ্লোগান দি প্ৰধানমন্ত্ৰী মোডীৰ
Read More...

“মই মোডী-শ্বাহ-নীতিশ কুমাৰক মাৰিম”- ফোন অহাৰ লগে লগে দিল্লী আৰক্ষীত হুলস্থুল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক হত্যাৰ ভাবুকি দিয়া এজন ব্যক্তিৰ পৰা দুটাকৈ ফোন কল পোৱাৰ খবৰ দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে।
Read More...

গুৱাহাটী বায়’টেক পাৰ্কৰ ইনকুৱেশ্যন চেন্টাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু…

গুৱাহাটী বায়’টেক পাৰ্কৰ ইনকুৱেশ্যন চেন্টাৰৰ এবছৰ পূৰ্তি উদযাপনৰ এক অনুষ্ঠান মঙলবাৰে গুৱহাটী বায়’টেক পাৰ্কৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই এবছৰীয়া পূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি উদ্ভাৱক আৰু উদ্যোগি সকলৰ সহায়ক হোৱাকৈ বায়’টেক পাৰ্কৰ নিধি
Read More...