Breaking

Browsing Category

ৰাষ্ট্ৰীয়

তামুলপুৰৰ কুমাৰীকাটাত ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ

আদিবাসী সেঙ্গেল অভিযানৰ কেন্দ্ৰীয় নেতৃত্বৰ উদ্যোগত আজি এদিনীয়া ভাৰত বন্ধ ঘোষণা কৰাৰ ফলত ঠায়ে ঠায়ে বন্ধৰ বিশেষ প্ৰভাৱ পৰে। সমান্তৰালভাৱে আদিবাসী সেঙ্গেল অভিযান তামুলপুৰ ব্লক আৰু বাক্সা জিলা সমিতিৰ
Read More...

বহিঃৰাজ্যৰ কৰ্মস্থলীলৈ যোৱা অৱস্থাত ট্ৰেইনৰ পৰাই সন্ধানহীন মৰিয়নীৰ এজন ব্যক্তি; পৰিয়ালে উদ্ধাৰৰ বাবে…

বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত গৈ সন্ধানহীন মৰিয়নিৰ এজন লোক। মৰিয়নিৰ চেলেংহাট টেঙাবাৰী গাঁৱৰ নিতু গগৈ নামৰ বিবাহিত লোক জন কৰ্মৰ সন্ধানত ৰে'ল যোগে ৰাওনা হৈছিল গুজৰাটলৈ। যোৱা ৩০ মে তাৰিখে আমগুৰি ৰে'ল ষ্টেচনৰ পৰা ট্ৰেইনেৰে গুৱাহাটীত উপস্থিত হৈ
Read More...

নৃশংস! পত্নীক হত্যা, কন্যাক কাটি শৰীৰৰ অংগ পেলাই দিলে খালত

৪৩ বছৰীয়া পত্নীক হত্যা কৰা, তেওঁৰ ১৫ বছৰীয়া জীয়েকক কাটি টুকুৰাবোৰ খালত পেলাই দিয়া এজন ৫২ বছৰীয়া ব্যৱসায়ীক কেন্দ্ৰীয় শাসিত অঞ্চল দিউ দমন আৰু দাদৰা আৰু নগৰ হাভেলীৰ চিলভাচাত গ্ৰেপ্তাৰ কৰা হয়।
Read More...

বিহাৰত ৪ হাত, ৪ ভৰি আৰু দুটা হৃদয় লৈ জন্ম হ’ল শিশু

বিহাৰৰ সাৰণ জিলাৰ ছাপৰাত মঙলবাৰে এগৰাকী মহিলাই চাৰি হাত আৰু চাৰি ভৰিৰ অনন্য কন্যা সন্তান জন্ম দিয়ে। তাইৰ মূৰৰ আকৃতিও আছিল অস্বাভাৱিক। এই অসাধাৰণ দৃশ্যৰ সাক্ষী হ’বলৈ নাৰ্চিং হোমত এক বৃহৎ জনসমাগম হয়,
Read More...

NEET-UG 2023ৰ ফলাফল ঘোষণা

NTA য়ে NEET UG 2023 ৰ ফলাফল neet.nta.nic.in ৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ (এনটিএ) মতে, তামিলনাডুৰ প্ৰবাঞ্জন জে আৰু অন্ধ্ৰ প্ৰদেশৰ বৰা বৰুণ
Read More...

ৰোজগাৰ মেলাত ৭০ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত নিযুক্তিপ্ৰাপ্তসকলক ৭০,১২৬খন নিযুক্তি পত্ৰ ভাৰ্চুৱেলি বিতৰণ কৰে।তেওঁ কয় 'ৰোজগাৰ মেলা' এন ডি এ-বিজেপি চৰকাৰৰ নতুন পৰিচয় হৈ পৰিছে। পূৰ্বৰ চৰকাৰসমূহে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰিছিল’।
Read More...

ৰাষ্ট্ৰীয় স্কুল গেমছ টেনিছত অন্তৰীক্ষ তামূলীৰ ৰূপৰ পদক অৰ্জন

৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ সাফল্যৰ ধাৰা অব্যাহত আছে। যোৱা ৬ জুনৰ পৰা আৰম্ভ হোৱা এই বহু ইভেণ্টৰ প্ৰতিযোগিতাৰ ১২ জুন, সোমবাৰে সামৰণি পৰে। নতুন দিল্লীৰ এন চি টিত অনুষ্ঠিত ল'ৰাৰ ১৯ বছৰ অনূৰ্দ্ধ
Read More...

প্ৰায় ডেৰ মাহ ধৰি ইন্টাৰনেট নাই! মণিপুৰত নিষেধাজ্ঞা অব্যাহত, কমেও ৫০ হাজাৰ লোক গৃহহীন…

মণিপুৰত প্ৰায় ডেৰ মাহ ধৰি ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে। ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা বাঢ়িছে। মণিপুৰ চৰকাৰে শনিবাৰে আৰু এবাৰ এই নিষেধাজ্ঞা বৃদ্ধি কৰে। কোৱা হৈছে যে ১৫ জুনৰ বিয়লি ৩ বজালৈ ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ থাকিব।
Read More...

ৰাষ্ট্ৰীয় স্কুল গেমছ যোগাসনত সুমিতৰ দ্বিতীয়টো ৰূপ, উদিতা ৰাণীয়ে লাভ কৰিলে শ্ৰেষ্ঠত্বৰ ট্ৰফী

৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ সাফল্যৰ ধাৰা অব্যাহত আছে। নতুন দিল্লীৰ এন চি টিত হোৱা যোগদান প্ৰতিযোগিতাত অসমৰ সুমিত দেই ৰিডমিকৰ পাছত আৰ্টিষ্টিকছতো ৰূপৰ পদক অৰ্জন কৰিছে।
Read More...

জীৱ-জন্তুৰো আৱেগ থাকে, মানুহৰ দৰে অনুভৱ থাকে, মাত্ৰ দাবী কৰিব আৰু ক’ব নোৱাৰে: বম্বে উচ্চ ন্যায়ালয়

গৰু-ম’হকে ধৰি সকলো প্ৰাণীৰে মানুহৰ দৰে আৱেগ আৰু অনুভূতি থাকে। কিন্তু তেওঁলোকে নিজৰ কথা ক’ব নোৱাৰে। এটা গোচৰৰ প্ৰতি লক্ষ্য ৰাখি বম্বে উচ্চ ন্যায়ালয়ৰ এনে পৰ্যবেক্ষণ। আদালতে কয় যে যিহেতু জীৱ-জন্তুৱে নিজৰ দাবীৰ কণ্ঠস্বৰ দিব নোৱাৰে, সেয়েহে
Read More...