Breaking

Browsing Category

ৰাষ্ট্ৰীয়

মণিপুৰ সংকটক লৈ মৌনতা অৱলম্বন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম…

৩ মে’ত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছত ভয়াৱহ ৰূপ ধাৰণ কৰা মণিপুৰ সংকটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মৌনতা অৱলম্বন কৰাৰ বাবে ১৮ মে’ত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে তীব্ৰ সমালোচনা কৰে।
Read More...

প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে দপ্তৰ সলনি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ, নতুন আইন মন্ত্ৰী অৰ্জুন…

মোডীৰ মন্ত্ৰীসভাৰ ৰদবদল৷ শেহতীয়াকৈ আইন দপ্তৰ আঁতৰোৱা হ’ল কেন্দ্রীয় মন্ত্রী কিৰেন ৰিজিজুৰ।
Read More...

“আগন্তুক দুদিনৰ ভিতৰত ঘূৰ্ণীবতাহ মোচাৰ প্ৰভাৱৰ বাবে উত্তৰ-পূবত ধাৰাসাৰ বৰষুণ…

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সতৰ্ক কৰি দিছে যে বংগোপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহ মোচা সৃষ্টি হৈছে যি শুক্ৰবাৰ অৰ্থাৎ ১২ মে'ৰ ভিতৰত অতি তীব্ৰ ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে আৰু বতাহৰ গতি বেগ প্ৰতি ঘণ্টাত ১৩০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে।
Read More...

এখন বিদেশ ৰাষ্ট্ৰৰে সংযোগী এটা গুৰুত্বপূৰ্ণ ঘাইপথ ! পথটো বৰ্তমান আছে কেনেদৰে…

এখন বিদেশ ৰাষ্ট্ৰৰে সংযোগী এটা গুৰুত্বপূৰ্ণ ঘাইপথ ।সামৰিক ,ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাবেও অতি স্পৰ্শকাতৰ ঘাইপথটো । বহিশক্ৰৰ পৰাও দেশবাসীক নিৰাপদে ৰাখিবলৈ অতিকৈ প্ৰয়োজন ঘাইপথটো । যদি দেশৰ বাবেই সকলো ক্ষেত্ৰতে পথটো অতি গুৰুত্বপূৰ্ণ ,তেতিয়াহলে
Read More...

শ্ৰদ্ধা ৱাকাৰ গোচৰঃ আফতাব পুনাৱালাৰ বিৰুদ্ধে হত্যা, প্ৰমাণ নিৰুদ্দেশৰ অভিযোগ দিল্লী আদালৰ

দিল্লীৰ আদালতৰ আফতাব আমিন পুনাৱালাৰ বিৰুদ্ধে হত্যা আৰু প্ৰমাণ নিৰুদ্দেশ কৰাৰ অভিযোগ৷ লিভ ইন পাৰ্টনাৰ শ্ৰদ্ধা ৱালকৰক ডিঙি চেপি হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰ কৰি পেলোৱাৰ অভিযোগত অভিযুক্ত আফতাব আমিন পুনাৱালাৰ বিৰুদ্ধে।
Read More...

৪ শতাংশ মুছলমান সংৰক্ষণ অসাংবিধানিক: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে আমাৰ সংবিধানত ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ কোনো ব্যৱস্থা নাই আৰু মুছলমানৰ বাবে ৪% সংৰক্ষণ অসাংবিধানিক।
Read More...

Manipur Violence: সংঘাতগ্ৰস্ত মণিপুৰ ৰাজ্যত কমেও ৫৬ জন লোকৰ মৃত্যু; বৃদ্ধি হোৱাৰ আশংকা মৃত্যুৰ…

মণিপুৰত চলি থকা হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে আৰু চৰকাৰী সংখ্যাৰ বাবে অপেক্ষা কৰি আছে বুলি সূত্ৰই দাবী কৰিছে৷ মণিপুৰত একাধিক হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ সঠিক
Read More...

ডিজেল চালিত বাহন থকা সকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ২০২৭ চনৰ ভিতৰত ডিজেল চালিত চাৰিচকীয়া বাহন হ’ব পাৰে…

২০২৭ চনৰ ভিতৰত ডিজেল চালিত চাৰিচকীয়া বাহন নিষিদ্ধ হ’ব পাৰে।তেল মন্ত্ৰালয়ৰ এটা পেনেলে ভাৰত চৰকাৰক ২০২৭ চনৰ ভিতৰত ডিজেল চালিত চাৰিচকীয়া বাহনৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ পৰামৰ্শ দিছে আৰু ইলেক্ট্ৰিক আৰু গেছ ইন্ধন চালিত বাহনলৈ ধাবিত হোৱাৰ পৰামৰ্শ
Read More...

তিনিদিনত বক্স অফিচত ৩৫ কোটি টকা উপাৰ্জন ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ

সুদীপ্ত সেনৰ পৰিচালনাত নিৰ্মিত ‘দ্য কেৰেলা ষ্ট’ৰী’ মুক্তিৰ তিনিদিনত ভাৰতীয় বক্স অফিচত যথেষ্ট লাভৱান হয় আৰু এতিয়ালৈকে মুঠ উপাৰ্জনে ৩৫ কোটি টকা অতিক্ৰম কৰিছে। দ্বিতীয় দিনটোত বক্স অফিচত ছবিখনৰ সংগ্ৰহ ২০ কোটিত বন্ধ হয়।
Read More...

কৰ্ণাটকৰ নিৰ্বাচন: বেংগালুৰু অঞ্চলৰ ২৮খন আসনত ১৫৭ কোটিপতি প্ৰাৰ্থী

কৰ্ণাটকৰ বেংগালুৰুৰ ২৮খন বিধানসভাৰ আসনত বিভিন্ন দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৩৮৪ জন প্ৰাৰ্থীৰ ভিতৰত ১৫৭ জন কোটিপতি বুলি এক নতুন প্ৰতিবেদনত প্ৰকাশ পাইছে৷ এডিআৰৰ প্ৰতিবেদনত ১০ মে’ত বেংগালুৰু অঞ্চলৰ
Read More...