Breaking

Browsing Category

ৰাষ্ট্ৰীয়

UGC ৰ ঐতিহাসিক নিৰ্দেশনা; বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মাতৃভাষাতে লিখিব আৰু পঢ়িব পাৰিব পাঠ্যক্ৰম

UGC ৰ এক ঐতিহাসিক নিৰ্দেশনা। বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে নিজা মাতৃভাষা অৰ্থাৎ স্থানীয় ভাষাতে লিখিব আৰু পঢ়িব পাৰিব পাঠ্যক্ৰম৷
Read More...

মুম্বাইত ৰঙালী বিহু উদযাপন

মুম্বাই- ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া ৰঙালীৰ উছাহ। ৰঙালী বিহুৱে সকলো অসমীয়াৰে মন ৰঙীন কৰি তুলিছে। ৰাজ্যবাসীৰ লগতে দেশ বিদেশৰ বিভিন্ন প্ৰান্তত অসমীয়াই চেনেহৰ ৰঙালীক আদৰিছে। সমান্তৰালকৈ যোৱা ৩০ এপ্ৰিলৰ দিনা মুম্বাইৰ অসমীয়া সমাজ চমুকৈ গগনা-
Read More...

আইচিচিয়ে বাৰ্ষিক ৰেংকিং প্ৰকাশ কৰিলে-টেষ্ট, টি-২০ত শীৰ্ষ, এদিনীয়াত ৩য় স্থান ভাৰতৰ

মঙলবাৰে আইচিচিয়ে প্ৰকাশ কৰে বাৰ্ষিক দলৰ ৰেংকিং। টেষ্ট ক্ৰিকেট আৰু টি-২০ত ভাৰত ৰেংকিঙৰ শীৰ্ষত থকাৰ বিপৰীতে এদিনীয়া ৰেংকিঙত তৃতীয় স্থানত আছে ভাৰত।
Read More...

বিচ্ছেদৰ পিছতো ডিঙিত সামান্থাৰ মংগলসূত্ৰ, অভিনেত্ৰীগৰাকীয়ে পুনৰ বিয়াত বহিল নেকি?

বিবাহ বিচ্ছেদৰ প্ৰায় ডেৰ বছৰ পাৰ হৈ গ’ল। এতিয়ালৈকে এই প্ৰথা বন্ধ হোৱা নাই। দক্ষিণৰ প্ৰাক্তন তাৰকা দম্পতী সামান্থা ৰুথ প্ৰভু আৰু নগা চৈতন্য যিমানেই প্ৰেম জীৱনৰ বাবে লাইমলাইটত আছিল, সিমানেই তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বিষয়ে অধিক
Read More...

‘এতিয়াৰে পৰা ছমাহ ৰৈ থাকিব নালাগে! বিবাহ বিচ্ছেদ সোনকালে মঞ্জুৰ কৰিব পাৰিব’: উচ্চতম…

আবেদনকাৰীয়ে ইমান দিনে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিলে ৬ মাহ অপেক্ষা কৰিব লাগিছিল। এইবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ‘বাধ্যতামূলক’ সময়সীমা হ্ৰাস কৰাৰ ইংগিত দিছে। সোমবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে কয় যে বিশেষ পৰিস্থিতিত তেওঁলোকে সংবিধানৰ ১৪২
Read More...

আজিৰে পৰা LPG চিলিণ্ডাৰৰ মূল্য ১৭১.৫ টকা হ্ৰাস পালে…

তেল বিপণন কোম্পানীসমূহে (OMC) বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ ব্যয় আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৭১.৫০ টকা হ্ৰাস কৰিছে। এই পৰিৱৰ্তনৰ পিছত দিল্লীত বৰ্তমান ১৯ কেজি এল পি জি চিলিণ্ডাৰৰ খুচুৰা মূল্য ১,৮৫৬.৫০ টকা।ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৫০
Read More...

২০২৪ চনৰ ভিতৰত 4G নেটৱৰ্কৰ সৈতে সংযুক্ত হ’ব দেশৰ প্ৰতিখন গাঁও

ভাৰতত 4G নেটৱৰ্কঃ টেলিকম ৰাজ্যিক মন্ত্ৰী দেৱসিং চৌহানে শনিবাৰে কয় যে ২০২৪ চনৰ ভিতৰত দেশৰ সকলো গাঁৱতে 4G নেটৱৰ্ক সেৱা আৰম্ভ হ’ব। প্ৰধানমন্ত্ৰীৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মানুহক অহৰহ ভাল কাম কৰিবলৈ
Read More...

২৮ মে’লৈ বৃদ্ধি মনীষ ছিছ’ডিয়াৰ ন্যায়িক জিম্মা

শনিবাৰে দিল্লীৰ এখন আদালতে আবকাৰী কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত আম আদমি পাৰ্টীৰ নেতা মনীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মা ২৮ মে’লৈ বৃদ্ধি কৰে। ন্যায়িক জিম্মা ম্যাদ উকলি যোৱাৰ লগে
Read More...

অসম গেছ কোম্পানী লিমিটেডে অইল ইণ্ডিয়া লিমিটেডৰ সৈতে কৰিলে চুক্তি স্বাক্ষৰ

চহৰৰ গেছ বিতৰণ নেটৱৰ্কক একত্ৰিত কৰাৰ লক্ষ্যৰে শনিবাৰে গুৱাহাটীৰ জনতা ভৱনত অইল ইণ্ডিয়া লিমিটেডৰ সৈতে অসম গেছ কোম্পানী লিমিটেডে চুক্তি স্বাক্ষৰ হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Read More...

ঐশ্বৰ্য-বিক্ৰমৰ ‘পনিয়িন চেলভান ২’য়ে প্ৰথম দিনাই সংগ্ৰহ কৰিলে ৩৮ কোটি টকা

ঐশ্বৰ্য ৰায় বচ্চন আৰু বিক্ৰম অভিনীত 'পনিয়িন চেলভান ২'য়ে মুক্তিৰ প্ৰথম দিনাই ৩৮ কোটি টকা সংগ্ৰহ কৰিছে। মণি ৰত্নমৰ দ্বাৰা পৰিচালিত ছবিখনে তামিলনাডুত ২৫ কোটি টকা সংগ্ৰহ কৰিছিল।
Read More...