Breaking

Browsing Category

ৰাষ্ট্ৰীয়

কেৰালাৰ ৱায়নাডত পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী…

কেৰালাৰ ৱায়ানাডত ভূমিস্খলনৰ ফলত ২৭৬ জন নিহত । ২০০ৰো অধিক লোক নিৰুদ্দেশ । আনহাতে হিমাচল, উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ ধ্বংসলীলা । কেৰালাৰ ৱায়ানাদত ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৬ জনলৈ বৃদ্ধি পাইছে । একে সময়তে হিমাচল প্ৰদেশত ডাৱৰ
Read More...

মধ্যপ্ৰাচ্যত হোৱা উত্তেজনাৰ বাবে লেবানন ভ্ৰমণ নকৰিবলৈ ভাৰতীয়লৈ পৰামৰ্শ…

মধ্যপ্ৰাচ্যত হোৱা উত্তেজনাৰ বাবে লেবানন ভ্ৰমণ নকৰিবলৈ ভাৰতীয়লৈ পৰামৰ্শ। শেহতীয়া পৰিস্থিতিৰ বাবে লেবানন ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ। Israeli security hold back demonstrators during a visit by the Israeli Prime Minister two days after a
Read More...

বেলতলাৰ ৰাণীৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ শোক প্ৰকাশ

কোচ ৰাজবংশৰ বেলতলা ৰাজপৰিয়ালৰ সদস্য প্ৰয়াত যতীন্দ্ৰ নাৰায়ণ দেৱৰ পত্নী ৰাণী উমা দেৱীৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক শোকবাৰ্তাত কয় যে
Read More...

সাংসদ অমৃতপাল সিঙৰ সংশোধিত আবেদনৰ উত্তৰ কি হ’ব

২৮ আগষ্টত অমৃতপাল সিঙৰ আবেদনৰ পৰৱৰ্তী শুনানি, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চ ন্যায়ালয়ে ৰাজ্য, কেন্দ্ৰীয় চৰকাৰৰ পৰা পাঞ্জাৱৰ খাদুৰ চাহিবৰ স্বতন্ত্ৰ সাংসদ অমৃতপাল সিঙৰ সংশোধিত আবেদনৰ উত্তৰ বিচাৰি
Read More...

কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিদেশী বিনিয়োগকাৰীক অসমত বিনিয়োগৰ বাবে উৎসাহ জনোৱাৰ উদ্দেশ্যে পৰিকল্পনা গ্ৰহণ। মোদী 3.0ৰ প্ৰথমখন সাধাৰণ বাজেটত উত্তৰ-পূবৰ বাবে ২৬ হাজাৰ কোটি টকা ঘোষণা কৰাৰ
Read More...

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট দাখিলৰ সময়তে ভাৰতৰ শ্বেয়াৰ বজাৰত ইয়াৰ…

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোডী নেতৃত্বাধীন তৃতীয়খন চৰকাৰৰ প্ৰথমখন সম্পূৰ্ণ বাজেট প্ৰস্তাৱ (২০২৪-২৫) দাখিল কৰিবলৈ আৰম্ভ কৰিছে। মঙলবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপস্থিতিত বাজেট দাখিল
Read More...

এই বাজেট নিয়োগ সৃষ্টি কৰাৰ লগতে কৃষিক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিছে চৰকাৰে : গৃহমন্ত্ৰী…

এই বাজেট সকলোৰে বিকাশৰ বাবে। নিয়োগ সৃষ্টি কৰাৰ লগতে কৃষিক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিছে চৰকাৰে।'
Read More...

মোবাইলৰ লগতে ছাৰ্জাৰ, বেটেৰীৰ দাম হ্ৰাস পাব : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ…

১১বজাৰ লগে লগে সংসদ ভৱনত ২০২৪-২৫বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।একেৰাহে সপ্তমবাৰৰ বাবে দেশৰ সাধাৰণ বাজেট দাখিল কৰা ইতিহাসৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।
Read More...

৪.১ কোটি যুৱকৰ বাবে ৰোজগাৰ ঘোষণা দেশৰ উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকাৰ ঋণৰ ঘোষণা : বিত্তমন্ত্ৰী নিৰ্মলা…

১১বজাৰ লগে লগে সংসদ ভৱনত ২০২৪-২৫বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
Read More...

১১বজাৰ লগে লগে সংসদ ভৱনত ২০২৪-২৫বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে…

১১বজাৰ লগে লগে সংসদ ভৱনত ২০২৪-২৫বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। একেৰাহে সপ্তমবাৰৰ বাবে দেশৰ সাধাৰণ বাজেট দাখিল কৰা ইতিহাসৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।
Read More...