ৰাষ্ট্ৰীয়

বিহাৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত শিশুসহ ৪ জনৰ মৃত্যুৰ, ৭০ জন আহত। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ…

বিহাৰত ১২৫০৬ নং নৰ্থ-ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত। লাইনচ্যুত দিল্লী-কামাখ্যা অভিমুখী ৰে'লখনৰ ২১টা দবা । বৰ্তমানলৈকে ৰে'ল দুৰ্ঘটনাত শিশুসহ ৪ জনৰ মৃত্যুৰ খবৰ আহিছে। আনহাতে আহত হৈছে...

অধিনায়ক অমন্তিকা মুণ্ডাৰ অৰ্ধশতকৰ সহায়ত মিজোৰামৰ বিৰুদ্ধে অসমৰ জয়লাভ

মহিলাৰ ১৯ বছৰ অনূৰ্দ্ধ এদিনীয়া ক্ৰিকেটত অসমে প্ৰথম দুয়োখন মেচতে জয়লাভ কৰিছে । অন্ধ্ৰপ্ৰদেশৰ ভিজিয়ানগৰমত ৮ অক্টোবৰ, দেওবাৰে প্ৰথম মেচত অসমে বিহাৰক ৭ উইকেটত...

৭ নৱেম্বৰৰ পৰা দেশৰ ৫ ৰাজ্যত নিৰ্বাচন; ৮.২ কোটি পুৰুষ আৰু ৭.৮ কোটি মহিলা ভোটাৰে কৰিব ভোটদান

দেশৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে৷ অহা ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব পাঁচখন ৰাজ্যৰ ভোটগ্রহণ প্রক্রিয়া। সেই মাহৰ ভিতৰত নিৰ্বাচন সম্পূৰ্ণ...

পৰৱৰ্তী তিনিমাহৰ ৰেপো ৰেট ঘোষণা কৰিলে ৰিজাৰ্ভ বেংকে; গাড়ী-গৃহঋণত বৃদ্ধি নাপায় ইএমআই

ৰিজাৰ্ভ বেংকে ঘোষণা কৰিলে পৰৱৰ্তী তিনিমাহৰ ৰেপো ৰেট । ৰিজাৰ্ভ বেংকে ঘোষণা কৰা আনুসৰি চলিত বিত্তীয় বৰ্ষৰ অন্তিম চতুৰ্থাংশত ৰেপো ৰেট অপৰিৱৰ্তিত থাকিব। ৰিজাৰ্ভ...

অসম আৰক্ষীক গৌৰৱান্বিত কৰিলে IPS বিষয়া শংকৰব্ৰত ৰায়মেধিয়ে ! বিশেষ সন্ত্ৰাস বিৰোধী অভিযানৰ বাবে লাভ কৰিলে গৃহমন্ত্ৰীৰ পদক…

অসম আৰক্ষীক গৌৰৱান্বিত কৰিলে IPS বিষয়া শংকৰব্ৰত ৰায়মেধিয়ে৷ বিশেষ সন্ত্ৰাসবিৰোধী অভিযানৰ বাবে লাভ কৰিলে গৃহমন্ত্ৰীৰ পদক ৷ ISISৰ বিৰুদ্ধে অভিযানত নেতৃত্ব দিছিল শংকৰব্ৰত ৰায়মেধিয়ে৷...

Popular