Breaking

হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…

0 18

হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত ভয়ংকৰ ঘটনা৷

চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু৷ বৃন্দাবনৰ পৰা হাৰিয়ানাৰ নুহ অভিমুখী আছিল বাছখন৷

বাছখনত ৬৪ গৰাকীকৈ যাত্ৰী থকা বুলি জানিব পৰা গৈছে৷

Leave A Reply