Breaking

ধিঙত দশম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন…

0 23

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধিঙতো আজি দশম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় । আৰোগ্য যোগ কেন্দ্ৰ ধিঙৰ উদ্যোগত আৰু ধিং মহাবিদ্যালয়ৰ সহযোগত উদযাপন কৰা হয় এই দিৱস।

এই যোগ দিৱসত বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ লগতে ধিং পৌৰসভা , ধিং প্ৰেছ ক্লাৱ, ধিং আৰক্ষী থানাৰ ওপৰিও ধিঙৰ বহুকেইটা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানেও অংশ গ্ৰহণ কৰে । আজিৰ এই আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসত আৰোগ্য যোগ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী সকলে সুন্দৰ যোগৰ কৌশল প্ৰদৰ্শন কৰি উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হয় ।

Leave A Reply

Your email address will not be published.