Breaking

১১ লাখ টকা খৰচ পোহনীয়া কুকুৰৰ জন্মদিনত

0 54

নিজৰ সন্তানতকৈও বহু লোকে পোহনীয়া জীৱ–জন্তুক বেছি মৰম কৰা দেখা যায়৷ শেহতীয়াকৈ চীনৰ হুনান প্রদেশত পোহনীয়া কুকুৰৰ জন্মদিন পালন কৰিছে এগৰাকী মহিলাই৷ শুনিলে চকু কপালত উঠা কথা যে মহিলাগৰাকীয়ে পোহনীয়া কুকুৰটোৰ জন্মদিনত খৰচ কৰিছে ভাৰতীয় মুদ্রাৰ হিচাপত ১১ লাখ টকা৷

অতি ৰাজকীয় খাদ্যৰে মহিলাগৰাকীয়ে আপ্যায়ন কৰিছে আমন্ত্রিত অতিথিসকলক৷ সেই বাবেই এতিয়া মহিলাগৰাকীয়ে চীনৰ সংবাদ শিৰোনাম দখল কৰিছে৷ ডুডু নামৰ মৰমৰ কুকুৰটোৰ জন্মদিনক স্মৰণীয় কৰি ৰাখিবলৈ মহিলাগৰাকীয়ে ৩০ মিনিটৰ এক ড্রোন শ্ব’ৰ ব্যৱস্থাও কৰিছিল৷ ছ’চিয়েল মিডিয়াত এই ঘটনাক লৈ ইতিমধ্যে সৃষ্টি হৈছে ধুমুহা

Leave A Reply

Your email address will not be published.