Breaking

বৰপথাৰত বাৰ্মিজ চুফাৰি ভৰ্তি ১২ চকীয়া ট্ৰাক জব্দ…

0 15

বৰপথাৰত বাৰ্মিজ চুফাৰি ভৰ্তি ১২ চকীয়া ট্ৰাক জব্দ।

গোপন খবৰৰ ভিত্তিত ধনশিৰি মহকুমা আৰক্ষী বিষয়া দ্বীপেন পাটৰে কৰায়ত্ত কৰে গাড়ীখন৷

নাগালেণ্ডৰ পৰা দয়ালপুৰ, চাংখাটি, গেলাবিল হৈ সৰবৰাহ কৰিবলৈ লওতেই বৰপথাৰত আৰক্ষীৰ জালত পৰে চুফাৰিভৰ্তি ট্ৰাকখন।

PB 12 Y 7367 নম্বৰৰ পঞ্জাৱ বডী ট্ৰাকত সৰবৰাহ কৰিছিল চুফাৰিখিনি।

গাড়ীখনৰ চালক চৰণ সিঙক আটক কৰিছে আৰক্ষীয়ে ৷

ঘটনা সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

Leave A Reply

Your email address will not be published.