Breaking

ছিকিমত ২২ জন সেনাৰ জোৱানসহ ১২০ গৰাকী লোক সন্ধানহীন…

0 84

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ ছিকিমত।

বৰ্তমানলৈকে মৃত্যু ১৪জন লোকৰ।

২২ জন সেনাৰ জোৱানসহ সন্ধানহীন ১২০ গৰাকী লোক।

ভাৰতীয় সেনাৰ ত্ৰিশক্তি ক’ৰ্পৰ সেনাই চলাইছে উদ্ধাৰ অভিযান।

Leave A Reply

Your email address will not be published.