Breaking

তামিলনাডুৰ কৃষ্ণগিৰিৰ ভুৱা NCC শিবিৰত ১৩ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন…

0 22

কলকাতাৰ পাছত এইবাৰ তামিলনাডু! তামিলনাডুৰ কৃষ্ণগিৰিৰ ভুৱা NCC শিবিৰত ১৩ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন।

ঘটনা সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষসহ গ্ৰেপ্তাৰ ১১ গৰাকী।

গ্ৰেপ্তাৰ তথাকথিত শিবিৰৰ আয়োজক, বিদ্যালয়খনৰ অধ্যক্ষ, দুজন শিক্ষক আৰু এজন সংবাদদাতাকে ধৰি ১১জন।

Leave A Reply

Your email address will not be published.