Breaking

দিল্লীত ১৩টাকৈ অবৈধ কোচিং চেণ্টাৰ চীল প্ৰশাসনৰ…

0 37

দিল্লীত ১৩টাকৈ অবৈধ কোচিং চেণ্টাৰ চীল কৰিছে প্ৰশাসনে।

দেওবাৰে ৰাজিন্দৰ নগৰৰ IAS কোচিং চেণ্টাৰত বানত ৩ শিক্ষাৰ্থীৰ মৃত্যুৰ পাছতে এই পদক্ষেপ প্ৰশাসনৰ।

কোচিং চেণ্টাৰৰ একেবাৰে তলৰ মহলাত পানী সোমোৱাৰ ফলত তানিয়া চোনি, শ্ৰেয়া যাদৱ আৰু নবীন ডেলভিন নামৰ ৩গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছিল।

Leave A Reply

Your email address will not be published.