Breaking

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১৬ গৰাকী চিকিৎসকৰ পদত্যাগ…

0 74

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১৬ গৰাকী চিকিৎসকৰ পদত্যাগ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩গৰাকী চিকিৎসকৰ পদত্যাগ। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ১১গৰাকী চিকিৎসকৰ পদত্যাগ।

পদত্যাগৰ তালিকাত আছে শিলচৰ, নলবাৰী, কোকৰাঝাৰ, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকো । অৱশ্যে সকলো চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই স্বাস্থ্য বিভাগে।

GMCH আৰু AMCHৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ। ধুবুৰীৰ পেথলজী, GMCHৰ ৰেডিঅ’লজী আৰু AMCHৰ নিউৰ’লজীৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ।

Leave A Reply

Your email address will not be published.