Breaking

১৭ নং ৰাষ্টীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

0 11

চাপৰ ৰৌমাৰী পেট্ৰল পাম্পৰ সন্মুখত ১৭ নং ৰাষ্টীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্তৰন হেৰুৱাই বাগৰি পৰিল এখন ই-ৰিক্সা।

চাপৰত দিনে নিশায় ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে।
পুনৰ ৰৌমাৰী স্থিত ১৭ নং ৰাষ্টীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্তৰ হেৰুৱাই দখাওইত বাগৰি পৰিল ই-ৰিক্সা।

কোনো মতে ৰক্ষা পৰিল ই-ৰিক্সা চালক।
দুৰ্ঘটনা সংঘটিত হোৱা ই-ৰিক্সা খনৰ নম্বৰ As 17 E R4789 ।জানিব পৰা অনুশৰি বহলপুৰ অভিমুখে গৈ আছিল ই- ৰিক্সা খন ।


এই দুৰ্ঘটনাত গুৰুত ভাৱে আহত ই- ৰিক্সাৰ চালক ।

চালক জনৰ নাম নাছেৰ উদ্দিন বুলি জানিব পৰা গৈছে।
আহত চালক জনক চাপৰ চিকিস্যালয়ত লৈ যায়

Leave A Reply