Breaking

আজিৰে পৰা অষ্টাদশ লোকসভাৰ অধিৱেশন, শপত ল’ব নৱনিৰ্বাচিত সাংসদসকলে…

0 18

আজিৰে পৰা আৰম্ভ অষ্টাদশ লোকসভাৰ অধিৱেশন।


২৪জুনৰ পৰা ৩জুলাইলৈকে চলিব এই অধিৱেশন।


নৱনিৰ্বাচিত সাংসদসকলেৰ শপত গ্ৰহণৰে আৰম্ভ হ’ব এই অধিৱেশন।


২৬জুনত হ’ব লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন।


২৭জুনত দুয়োখন সদনক সম্বোধি ৰাষ্ট্ৰপতিয়ে ৰাখিব ভাষণ।


৮দিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন।


অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে ভাতৃহৰি মহতাবক প্ৰটেম অধ্যক্ষ হিচাপে নিৰ্বাচিত।

Leave A Reply