২ কংগ্ৰেছী সাংসদে বিচাৰিছে কংগ্ৰেছ-AIUDFৰ মিত্ৰতা – প্ৰদ্যুৎ বৰদলৈ…

কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ অভ্যন্তৰত তীব্ৰ অসন্তুষ্টি।

২ কংগ্ৰেছী সাংসদে বিচাৰিছে কংগ্ৰেছ-AIUDFৰ মিত্ৰতা।

AIUDFৰে মিত্ৰতা নোহোৱাত নাৰাজ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ। ডিব্ৰুগড়ৰ বিৰোধী ঐক্যমঞ্চৰ বৈঠকত উপস্থিত নাথাকে সাংসদদ্বয়।

Related Articles