Breaking

মহানগৰীত নকল সোণসহ ২ প্ৰৱঞ্চকক কামাখ্যা ৰে’ল জংচনৰ পৰা গ্ৰেপ্তাৰ…

0 42

মহানগৰীত নকল সোণসহ ২ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ। কামাখ্যা ৰে’ল জংচনৰ পৰা গ্ৰেপ্তাৰ দুয়োকে। ধৃত প্ৰৱঞ্চক দুটা আহমেদাবাদৰ ৰবি ঠাকুৰ, মম্ৰতভাই ঠাকুৰ। ব্ৰহ্মপুত্ৰ মেইলত চলিছিল ৰে’ল আৰক্ষীৰ অভিযান। সামগ্ৰী কঢ়িওৱা বেগত অতি কৌশলৰে আনিছিল নকল সোণখিনি।

May be an image of 2 people and beard

Like

Comment

Share

Leave A Reply

Your email address will not be published.