বিশ্বৰ ১০ গৰাকী ধুনীয়া মহিলাৰ তালিকাত ২ গৰাকী ভাৰতীয় মহিলা। পৃথিৱীৰ প্ৰতিখন দেশতে এনে বহু ধুনীয়া মহিলা আছে, যাৰ সৌন্দৰ্য অতুলনীয়। প্ৰতি বছৰে প্ৰকাশ পায় বিশ্বৰ শীৰ্ষ ১০ গৰাকী সুন্দৰী মহিলাৰ তালিকা। ২০২৩ চনৰ তালিকাও প্ৰকাশ কৰা হৈছে। মন কৰিবলগীয়া কথাটো হ’ল ভাৰতৰ দুগৰাকী সুন্দৰী অভিনেত্ৰীৰো নাম এই তালিকাত আছে। পৃথিৱীৰ শীৰ্ষ ১০ গৰাকী ধুনীয়া মহিলাৰ বিষয়ে জানক-
প্ৰথমগৰাকী হৈছে এগৰাকী ৩০ বছৰীয়া ইংৰাজীৰ অভিনেত্ৰী
দ্বিতীয়গৰাকী হৈছে এগৰাকী ৩০ বছৰীয়া আমেৰিকান অভিনেত্ৰী
তৃতীয় গৰাকী হৈছে ২৯ বছৰীয়া এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী
চতুৰ্থ গৰাকী অভিনেত্ৰী হৈছে ২৬ বছৰীয়া আমেৰিকান ছুপাৰমডেল
বয়স- ২৬ বছৰ পেছা- অভিনেত্ৰী আৰু গায়িকা
জাতীয়তা- আমেৰিকান
বয়স- ৩৩ বছৰ বৃত্তি- গায়িকা-গীতিকাৰ, ৰেকৰ্ড প্ৰযোজক, অভিনেত্ৰী, পৰিচালক আৰু ব্যৱসায়ী
জাতীয়তা- ভাৰতীয়
বয়স- ৩৭ বছৰ পেছা- অভিনেত্ৰী
জাতীয়তা- দক্ষিণ কোৰিয়ান
বয়স- ৪১ বছৰ পেছা- অভিনেত্ৰী আৰু মডেল
জাতীয়তা- আমেৰিকান
বয়স- ৪১ বছৰ বৃত্তি- গায়িকা, অভিনেত্ৰী, নৃত্যশিল্পী আৰু প্ৰযোজক
জাতীয়তা- ভাৰতীয়
বয়স- ৪৯ পেছা- অভিনেত্ৰী আৰু মডেল
জাতীয়তা- ব্ৰিটিছ