Breaking

ঘোচ লৈ গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ

0 2,099

২০ হাজাৰ ঘোচ লৈ গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ।


বাৰৰ মালিকৰ পৰা লৈছিল ২০ হাজাৰ টকাৰ ঘোচ মৰিগাঁ‌ৱৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈয়ে।দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈক।

Leave A Reply

Your email address will not be published.