Breaking

বিষাক্ত সুৰাই প্ৰাণ ল’লে ২৯ জনৰ!

0 30

বিষাক্ত সুৰাই পুনৰ প্ৰাণ কাঢ়িলে কেইবাজনোলোকৰ। বিষাক্ত সুৰাপান কৰাৰ ফলত ২৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬০ জনৰো অধিকলোক চিকিৎসাধীন হৈ আছে।

তামিলনাডুৰ কল্লাকুৰিচি জিলাত সংঘটিত হৈছে এই ঘটনা। লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু গ্ৰেপ্তাৰ কৰে অবৈধ সুৰা প্ৰস্তুত কৰা অভিযুক্তক। আৰক্ষীয়ে অভিযুক্তৰ পৰা প্ৰায় ২০০ লিটাৰ সুৰা জব্দ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে সুৰাত মাৰাত্মক মিথানলৰ উপস্থিতি আছে।

Leave A Reply

Your email address will not be published.