Breaking

অসমত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াত আক্ৰান্ত হৈ ৩২ জনৰ মৃত্যু, আক্ৰান্ত ১১০০ জন

1 17

অসমত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াত আক্ৰান্ত হৈ ৩২ জনৰ মৃত্যু, আক্ৰান্ত ১১০০ জন

২০২৪ বৰ্ষৰ জুন আৰু জুলাই মাহত অসমৰ ১১০০ গৰাকী লোকৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগু ৰোগৰ অৱস্থিতি । জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগু ৰোগত আক্ৰান্ত এই লোকসকলৰ ভিতৰে ৩২ জন ৰোগীৰ মৃত্যু হোৱাৰ বুলি জানিব পৰা হৈছে ।

চলিত বৰ্ষৰ জুন আৰু জুলাই মাহত অসমৰ ১১০০ গৰাকী লোকৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগু ৰোগৰ অৱস্থিতি । জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগু ৰোগত আক্ৰান্ত এই লোকসকলৰ ভিতৰে ৩২ জন ৰোগীৰ মৃত্যু হোৱাৰ বুলি জানিব পৰা হৈছে ।

জুন মাহত ১৬৬ জন আৰু জুলাই মাহত ১৮৭ জন লোকৰ দেহত ধৰা পৰিছিল মেলেৰিয়া । উল্লেখ কৰিব লাগিব যে, মেলেৰিয়াত আক্ৰান্ত হৈ জুন মাহত তিনিজন ৰোগীৰ মৃত্যু হয় ।

ইয়াৰ বিপৰীতে জুন মাহত ৰাজ্যৰ ৮০ জন লোকৰ দেহত ডেংগু ধৰা পৰাৰ বিপৰীতে জুলাই মাহত ২১৪ জন লোকৰ দেহত ডেংগু ধৰা পৰে। ৰাজ্য চৰকাৰে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে

Leave A Reply

Your email address will not be published.