32nd Zonal Karbi Youth Festival । পশ্চিম কাৰ্বি আংলংঙৰ জিৰিকিন দিংস্থিত ৰোকাচেন জূটাং আক্লামত চাৰিদিনীয়া কাৰ্য্যসূচীৰে ৩২তম মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱ

১২ অক্টোৱৰ, পশ্চিম কাৰ্বি আংলং: 32nd Zonal Karbi Youth Festival ।পশ্চিম কাৰ্বি আংলংঙৰ জিৰিকিনদিংস্থিত ৰোকাচেন জূটাং আক্লামত চাৰিদিনীয়া কাৰ্য্যসূচীৰে ৩২তম মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱৰ মুকলি সভাত উপস্থিত সাংসদ অমৰ চিং টিচ্চ সঁহ পৰিষদৰ ইএম ৰিনা টেৰাংপী ৷ উখল মাখল পৰিবেশ জিৰিকিনদিংঙত মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱত অগনত লোক সমাগম উৎসৱস্থতিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা জিলা প্ৰশাসনে ৷


অসমৰ পাৰ্ৱত্য অঞ্চলত বাৰেবহনীয়া বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিৰে ভৰ ৷এইবছৰও অন্য বছৰৰ দৰে পশ্চিম কাৰ্বি আংলংঙৰ আমৰেং পৰিষদীয় সমষ্টি জিৰিকিনদিংঙ ৰোকাচেন জূটাং আক্লামত চাৰিদিনীয়া কাৰ্য্যসূচীৰে মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱৰ উখল মাখল পৰিবেশ ২০২৪বৰ্ষৰ , উল্লেখ কৰিব লাগিব যে কাৰ্বি সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিটি তত্বাধানত জিৰিকিনদিং মাণ্ডলীক সমিটি সহযোগত প্ৰতিটো বছৰৰ দূৰ্গা পূঁজা সময়ত প্ৰতি বছৰে চাৰিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰি আহিছে কাৰ্বি আংলং তথা অসমৰ বিভিন্ন প্ৰান্তত কাৰ্বি জনগোষ্ঠীৰ বসতিস্থানত জাকজমকতাৰে নিজৰ ৰীতি নীতি সাংস্কৃতিক সাজপাৰে প্ৰদৰ্শন কৰে ৷


এইবছৰও ব্যক্তিক্ৰম নহয় পশ্চিম কাৰ্বি আংলংঙৰ জিৰিকিনদিংঙত ৷ উদেশ্য হৈছে কাৰ্বি জনগোষ্ঠীৰ ৰীতিনীতি সাজপাৰ ,পৰম্পৰাৰ সমূহৰ আধুনিক সমাজৰ লগত যূৱ সমাজ বিশ্ব দৰবাৰত কেনেকৈ বিয়পি পাৰি তাৰ বাবে জনগোষ্ঠীৰ সংগঠনে সমূহে প্ৰতিবছৰৰ শাৰদীয় দূৰ্গা সমযত অনূষ্টিত কৰি আহিছে ৷ উৎসৱব কাৰ্বি ন্‌ত্য- গীত ;পৰম্পৰাৰ গান ,সমহীয়া ন্‌ত্য , বিভিন্ন খেল ধেমালিকে আদি কৰি জনগোষ্ঠীৰ সমাজৰ সচেতনতা জাগ্ৰত স্‌স্টি উদ্দেশ্য প্ৰতিটো সাংস্কৃতিক ক্লাপৰ সদস্য সকলে অংশ গ্ৰহণ কৰি প্ৰতিযোগিতাত অবতীৰ্ণ হয় ৷ প্ৰতিযোগিতা সকলে তেওঁলোকৰ প্ৰতিভা সমূহ প্ৰদৰ্শন কৰি চেষ্টা কৰে ৷

হাচা কেকান ৷ৰীত নং চিংদি ;নীমচৌ কেৰুং আদি কৰি জনগোষ্ঠীৰ সমাজৰ পৰা হেৰাং যোৱা ক’লা সংস্কৃতি সমূহৰ কেনেকৈ জীবিত কৰিব পাৰিব আধুনিক কাৰ্বি যূৱ সমাজৰ মাজত তাৰ বাবে সাংস্কৃতিক সমাজে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ প্ৰতিটোবছৰৰ উদযাপন কৰা পৰিলক্ষিত হয় । প্ৰতিযোগীতা বিজয় সাংস্কৃতিক দলক উদযাপন সমিটিয়ে পুৰস্কাৰ লগতে এককালীন অৰ্থ সাহাৰ্য্য প্ৰদান কৰে ৷ মুকলি কাৰ্য্যসুচীত অংশ গ্ৰহণ কৰে অতিথি সকল ক্ৰমে ডিফু লোকসভাৰ সমষ্টি নৱনিৰ্বাচিত সাংসদ অমৰ চিং টিচ্চ; বিধাযক দৰ চিং ৰংহাং;ৰোপচিং টেৰন ; কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্যা ৰিনা টেৰাংপী সঁহ এমএচি পৱন ৰয় লগতে স্থানীয় চৰকাৰী গাওঁবুড়া আৰু জিৰিকিনদিংঙত মাণ্ডলীক সাংস্কৃতিক সমিটি এলেকাধীন সাংস্কৃতিক ক্লাপ সমূহে উপস্থিত থাকে ৷তদুপৰি পৰ্য্যবেশন হিচাপে কেন্দ্ৰীয় সমিটি কাৰ্বি সাংস্কৃতিক সমাজৰ সদস্য সকলে উপস্থিত থাকে ৷

Related Articles