Breaking

জম্মু-কাশ্মীৰৰ ডোডাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদ ৪ সেনা জোৱান…

0 50

জম্মু-কাশ্মীৰৰ ডোডাত সন্ত্ৰাসবাদী-সেনাবাহিনীৰ গুলীয়াগুলী। সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদ ৪ সেনা জোৱান।

ডোডাত সন্ত্ৰাসবাদী লুকাই থকাৰ সন্দেহ। সেনা-CRPF-আৰক্ষী বাহিনীয়ে চলাইছিল অভিযান।

অভিযানৰ সময়তে লুকাই থকা সন্ত্ৰাসবাদীয়ে চলালে গুলী। বৰ্তমানেও অব্যাহত আছে সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।

Leave A Reply

Your email address will not be published.