নলবাৰীৰত উজ্বলিল ৪ জনকৈ ছাত্ৰ-ছাত্ৰী

আজি ঘোষনা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২২ ৰ ফলাফল ।

ফলাফলত উজ্বলিল নলবাৰীৰ ৪ জনকৈ ছাত্ৰ ছাত্ৰী ।

নলবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা দশম স্থানত উজ্বলিল দিব্যজ্যোতি লহকৰ ।

দিব্যজ্যোতি লহকৰে লাভ কৰিছে সৰ্বমুঠ ৫৮৮ নম্বৰ ।

ছাত্ৰ জনৰ এই সাফল্য দেখি ফটকা ফুটাই স্থানীয় লোকে আনন্দ উল্লাস কৰাত পৰিলক্ষিত হয় ।

Related Articles