Breaking

নগাঁৱৰ ভকতগাঁও বজাৰ তিনিআলিত আৰক্ষীৰ অভিযানত জব্দ 7.65mm ফেক্টৰী নিৰ্মিত পিষ্টল…

0 20

নগাঁৱৰ ভকতগাঁও বজাৰ তিনিআলিত আৰক্ষীৰ অভিযান ৷

হয়বৰগাঁও আৰক্ষীৰ অভিযানত জব্দ 7.65mm ফেক্টৰী নিৰ্মিত পিষ্টল, ৪ জাঁই সক্ৰিয় গুলীও জব্দ কৰে আৰক্ষীয়ে৷

ঘটনা সন্দৰ্ভত আবু বক্কৰ ছিদ্দিক, ছিদ্দিক আলী আৰু আবু ছাহিদক আটক৷

Leave A Reply

Your email address will not be published.