Breaking

শালকোচা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৯ টা চোৰাং গৰু।

0 15

শালকোচা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৯ টা চোৰাং গৰু।

পৰ’ৰ শ্ৰীগ্ৰাম ষষ্ট খণ্ড তথা খেৰডুবিত এক গোপন সুত্ৰৰ পোমখেদি শালকোচা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৯ টা চোৰাং গৰু।

শালকোচা আৰক্ষী চকীৰ নেতৃত্বত চলে এই অভিযান। অভিযানত চোৰাং গৰু কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়

আৰক্ষীৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চোৰাং গো-সৰবাৰহকাৰী। ঘটনা সংক্ৰান্তত শালকোচা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.