Breaking

‘ইমন’ত সিদ্ধাৰ্থ শৰ্মা

0 165

শক্তিশালী কাহিনীৰে আহি আছে অসমীয়া চলচিত্ৰ ‘ইমন’। অসীম বৈশ্যই পৰিচালনা কৰা ছবিখনত অভিনয় কৰিছে কেকে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মাই।

ইতিমধ্যেই সিদ্ধাৰ্থ শৰ্মাই নৱ প্ৰজন্মৰ হাৰ্টথৱ জুবিন গাৰ্গৰ লগত চিকাৰ নামেৰে এখন অসমীয়া চলচিত্ৰ অসমবাসীক উপহাৰ দিবলৈ সাজু হৈছে।

তেনে সময়তেই অভিনেতা সিদ্ধাৰ্থ শৰ্মাই সামাজিক ব্যক্ত কৰিছে এখন নতুন অসমীয়া চলচিত্ৰৰ কথা।

Leave A Reply

Your email address will not be published.