ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে সৰুপথাৰত যজ্ঞ, পূজা পাতল…

আজি অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা উপলক্ষে দেশৰ প্ৰতিটো প্ৰান্তৰত অনুষ্ঠিত কৰা হৈছে যজ্ঞ, পূজা পাতল ৷ সৰুপথাৰতো অনুষ্ঠিত কৰা হয় যজ্ঞ অনুষ্ঠান । পুৱাৰে পৰা সৰুপথাৰ হনুমান মন্দিৰত অনুষ্ঠিত হোৱা যজ্ঞাদি ও প্ৰসাদ বিতৰণ কাৰ্যসুচীত হাজাৰ হাজৰ ৰাম ভক্তৰ লগতে অংশগ্ৰহণ কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ।

পুৱা ভাগৰ পৰাই হনুমান মন্দিৰৰ প্ৰাংগনত বহু সংখ্যক ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে ।

Related Articles