পশ্চিমবংগত TMC এ অকলে খেলিব নিৰ্বাচন।
পশ্চিম বংগত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে বিৰোধী ভাৰতীয় মিত্ৰজোঁট।
কিয়নো পশ্চিমবংগত TMC এ অকলে খেলিব নিৰ্বাচন।
‘একলা চলৌ’ শ্লোগান দি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে যে টিএমচিয়ে অকলে যুঁজিব।
লোকসভা নিৰ্বাচনৰ পূৰ্বেই বিৰোধী মৰ্চাত জোকাৰণি।
পশ্চিমবংগত TMC এ অকলে নিৰ্বাচন বুলি মন্তব্য মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।