Breaking

কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত…

0 101

অসম চৰকাৰে কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ অনন্য সুগন্ধি আৰু এণ্টি-অক্সিডেণ্ট গুণাগুণৰ সৈতে, অসমৰ কাজি নেমুৱে স্থানীয় ৰন্ধন প্ৰণালী সমৃদ্ধ কৰিছে সামাজিক মাধ্যমত পোষ্ট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ এই ঘোষণাই বিশ্বব্যাপী ফলৰ মানচিত্ৰত কাজি নেমুক অধিক জিলিকাই তুলিবলৈ সাজু হৈছে, যাৰ ফলত আত্মনিৰ্ভৰশীল আৰু উৎপাদনো অধিক বৃদ্ধি হ’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave A Reply

Your email address will not be published.