Breaking

“সেই জন্তুটোৰ নাম কি” কাব্যগ্ৰন্থৰ বাবে “অসমীয়া কাব্য সাহিত্য বঁ‌টা” হীৰেণ গোঁ‌হাইলৈ…

0 93

নিজৰাপাৰৰ হীৰেণ গোঁ‌হাইৰ ঘৰৰ পদূলিমুখত নীলিম কুমাৰে আমাৰ ৰাজপথৰ কবিতাৰ তৰফৰ পৰা “সেই জন্তুটোৰ নাম কি” কাব্যগ্ৰন্থৰ বাবে “অসমীয়া কাব্য সাহিত্য বঁ‌টা” প্ৰদান কৰে হীৰেণ গোঁ‌হাইক।


বঁ‌টাটিত এখন চেলেং, এখন অভিনন্দন পত্ৰ, এটা খেতিয়কৰ জাপি, এটি স্মাৰক আৰু এটকাৰ এখনি চেক প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.