Breaking

ছিংগাপুৰৰ প্ৰডাকচন হাউচ ‘Akanga Films Boards’এ প্ৰযোজনা কৰিব ৰীমা দাসৰ ছবি ‘মালতী-মাই লাভ’…

0 58

ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে ছিংগাপুৰস্থিত প্ৰডাকচন হাউচ আকাংগা ফিল্ম এছিয়াৰ সৈতে যোগদান কৰে তেওঁৰ আগন্তুক প্ৰজেক্ট ‘মালাতী, মাই লাভ’ৰ বাবে।

অসমৰ পটভূমিত নিৰ্মিত ছবিখন প্ৰেম আৰু নাৰীত্বৰ জটিলতা দেখা যাব ‘মালতী-মাই লাভ’ত।

২০২৫ চনত প্ৰডাকচন হ’ব ছবিখনৰ, এই সহযোগিতাই দাসৰ সৃষ্টিশীল যাত্ৰাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব।

Leave A Reply

Your email address will not be published.