Breaking

কেটেতঙত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন…

0 52

দিনক দিনে মাৰ্ঘেৰিটা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত অবৈধ মাদ্ৰক দ্ৰব্য সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে।মাদ্ৰক দ্ৰব্য সেৱনৰ ফলত সমাজত এইচ আই ভি, হেপাটাইটিছ বি আদি দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ ভয়াবহ ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আজি মাৰ্ঘেৰিটাৰ নংলাই কুঁহিয়াৰবাৰীস্থিত শিৱ মন্দিৰৰ প্ৰাঙ্গনত দিশ দৰ্শন ৰিহেবিলেশ্বন চেণ্টাৰৰ উদ্যোগত আৰু কেটেতং বনগাঁও আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।

উক্ত চিকিৎসা শিবিৰত বহু লোকে নিজ নিজ ৰোগৰ পৰীক্ষা কৰায়।

Leave A Reply

Your email address will not be published.