Breaking

ধুবুৰীত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষৰ দ্বাৰা এন ই আৰ প্ৰকল্পৰ উদ্বোধন…

0 46

আজি ভাৰ্চুৱেল মাধ্যমেৰে গুৱাহাটীৰ পৰা আন কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ বিপৰীতে ধুবুৰী জাহাজ বন্দৰত এক আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ধুবুৰী আই ডব্লিও এ আইৰ উদ্যোগত ধুবুৰী জাহাজ বন্দৰত আয়োজন কৰা ভাৰ্চুৱেল অনুষ্ঠানত গোসাইগাঁও সমষ্টিৰ বিধায়ক জিৰেন বসুমূতাৰি মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বিপৰীতে প্ৰাক্তন বিধায়ক অশ্বিনি ৰায় সৰকাৰ, জিলা অতিৰিক্ত আয়ুক্ত নিত্য বিনোধ ওৱাৰীৰ লগতে আই ডব্লিউ এ আইৰ উচ্চ পদস্থ বিষয়া আৰু জাহাজ বন্দৰৰ আমদানি, ৰপ্তনিকাৰক সকল উপস্থিত থাকে। আজিৰ পৰা পুনৰ এক নতুন দিগন্তৰ সূচনা হ’ল ধুবুৰী জাহাজ বন্দৰত।

Leave A Reply

Your email address will not be published.