Breaking

শিৱসাগৰৰ ৰূপহীমুখত ঠাই পৰিদৰ্শন কৰা অৱস্থাত মথাউৰিৰ পৰা পিছলি আঘাতপ্ৰাপ্ত সাংসদ তপন কুমাৰ গগৈ

0 128

শিৱসাগৰ জিলাৰ ৰূপহীমুখত এক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি উভতাৰ সময়ত পথৰ কাষৰ এক মুকলি ঠাই পৰিদৰ্শন কৰা অৱস্থাত মথাউৰিৰ পৰা পিছলি আঘাতপ্ৰাপ্ত হয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ।

উন্নত চিকিৎসাৰ বাবে সাংসদ গৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

বৰ্তমান চিকিৎসাধীন সাংসদ গৰাকী। সাংসদ গৰাকীৰ আশু আৰোগ্যৰ বাবে শুভাকাংশীৰ প্ৰাৰ্থনা।

Leave A Reply

Your email address will not be published.