Breaking

৮৬ বছৰ বয়সত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশীৰ দেহাৱসান…

0 28

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশীৰ দেহাৱসান।


মুম্বাইৰ হিন্দুজা হাস্পতালত চিকিত্সাধীন অৱস্থাত মৃত্যু।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।


২১ফেব্ৰুৱাৰীত হাৰ্ট এটেক হৈ চিকিৎসাধীন হৈ আছিল বৰ্ষীয়ান নেতা মনোহৰ যোশী।


Leave A Reply

Your email address will not be published.