Breaking

২৯ ফেব্ৰুৱাৰীলৈ স্থগিত ‘দিল্লী চলো’ অভিযান…

0 39

২৯ ফেব্ৰুৱাৰীলৈ আন্দোলন স্থগিত ৰখাৰ ঘোষণা সংযুক্ত কিষাণ মৰ্চাৰ।

হাৰিয়ানাৰ গৃহ বিভাগৰ মন্ত্ৰী অনিল বিজৰ বিৰুদ্ধে গোচৰ ৰুজু কৃষকৰ।

৪ ছহিদ কৃষকক মমবাতি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাব অন্নদাতাই।

২৬ ফেব্ৰুৱাৰীত WTOৰ সৈতে কৃষক সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক।

পঞ্জাৱ-হাৰিয়ানা শম্ভু আৰু খানৌৰী দুয়োখন সীমান্ততে কৃষকে কাৰ্যসূচী আয়োজন কৰি থাকিব। ‘২৯ ফেব্ৰুৱাৰীত পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত ল’ব।’ এই পৰ্যন্ত স্থগিত ৰখা হৈছে ‘দিল্লী চালো’ পদযাত্ৰা। অৱশ্যে কৃষকসকলে শুভূ আৰু খানৌৰী সীমান্তত থাকি কাৰ্যসূচী আয়োজন কৰি থাকিব বুলি আজি খনুয়াৰী সীমান্তত এক সংবাদমেলত কৃষক সংঘৰ নেতা সৰৱান সিং পাণ্ডেৰ আৰু জগজিৎ সিং দলেৱালে নিশ্চিত কৰিছে।

Leave A Reply

Your email address will not be published.