Breaking

লাহৰীঘাট আৰক্ষীৰ জালত প্ৰথমগৰাকী সুদখোৰ…

0 43

সুদখোৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।

থানাই থানাই গ্ৰেপ্তাৰ হৈছে বহু সুদখোৰ।

ৰাজ্যৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ লাহৰীঘাটতো গ্ৰেপ্তাৰ হৈছে সুদখোৰ।

লাহৰীঘাট আৰক্ষীৰ জালত পৰা প্ৰথমগৰাকী সুদখোৰ হৈছে ভূঞাবাৰী গাঁৱৰ ফৰিজ উদ্দিন আহমেদ।

Leave A Reply

Your email address will not be published.