Breaking

জনপ্ৰিয় ৰেডিঅ’ নাট গোবৰধন চৰিত এইবাৰ কথাছবিৰ ৰূপত

0 60

জনপ্ৰিয় ৰেডিঅ’ নাট গোবৰধন চৰিত এইবাৰ কথাছবিৰ ৰূপত।

অহা ১৫ মাৰ্চত ছবিগৃহলৈ আহি আছে জনপ্ৰিয় ৰেডিঅ’ নাট গোবৰধন চৰিত।

আজি মহানগৰী PWD চেণ্টাৰ ছবিখনৰ গীত আৰু ট্ৰেইলাৰ মুকলি কৰা হয়।

বিনাচ মুভি ট’নৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা কৰিছে জয়ন্ত গোস্বামীয়ে।

ছবিখনৰ গোবৰৰ চৰিত্রত অভিনয় কৰিছেজনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই।

লগতে ছবিখনত অভিনয় কৰিছে সুজিত শৰ্মা, স্বগতা ভৰালী, প্ৰতিভা চৌধুৰী।

আনহাতে ছবিখনৰ গীতটিৰ ৰচক আৰু সুৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আৰু কণ্ঠদান কৰিছে গায়ত্ৰী হাজৰিকা। গীতটিত উন্মোচন কৰে কণ্ঠশিল্পী ৰুবি সিংহই।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে গীতিকাৰ কণ্ঠশিল্পী, ৰুবি সিংহ, গায়ত্ৰী হাজৰিকা, অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী চেতনা দাস, প্ৰতিভা চৌধুৰী।

Leave A Reply

Your email address will not be published.