অসমৰ কৃষিভিত্তিক অৰ্থনীতি আৰু উৎপাদিত শস্যৰ বাণিজ্যিকীকৰণৰ দিশটো ত্বৰান্বিত কৰিছে টিংখাঙৰ উৎসাহী খেতিয়কসকলে…

অসমৰ কৃষিভিত্তিক অৰ্থনীতি আৰু উৎপাদিত শস্যৰ বাণিজ্যিকীকৰণৰ দিশটো ত্বৰান্বিত কৰিছে টিংখাঙৰ উৎসাহী খেতিয়কসকলে।

দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত আৰু পেপচিকো প্ৰাইভেট লিমিটেডৰ সহযোগত তথা অসম চৰকাৰৰ মন্ত্ৰী আৰু টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বড়াৰ তৎপৰতাত টিংখাঙৰ স্থানীয় খেতিয়কসকলে ব্যাপক হাৰত আলু খেতি উৎপাদনেৰে এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিছে। বিমল বড়াৰ আগ্ৰহমৰ্মে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টিংখাঙৰ আলু খেতিৰ বাণিজ্যিক শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু ফ্লেগ অফ কৰে।

Related Articles