Breaking

পাৰ্থ সাৰথি মহন্তক আৰক্ষী মহাপৰিদৰ্শকলৈ পদোন্নতি…

0 121

আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তক আজি গৃহ বিভাগে আৰক্ষী মহাপৰিদৰ্শকলৈ পদোন্নতি দিয়ে। গৃহ বিভাগৰ সচিব বিশ্বজিত পেগু স্বাক্ষৰিত নিৰ্দেশটোত বৰ্তমান আইন শৃংখলাৰ উপ মহাপৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে এছটিএফৰো দায়িত্বত আছে আৰক্ষী বিষয়া গৰাকী।

১ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁক মহাপৰিদৰ্শক পদলৈ পদোন্নতি দিয়া বুলি নিৰ্দেশটোত উল্লেখ কৰা হয়।

Leave A Reply

Your email address will not be published.