Breaking

বিশিষ্ট লেখক,কবি, শিক্ষক লক্ষী প্ৰসাদ ডেকাক ‘তপোধন অসম’সন্মান প্ৰদান…

0 13

বিশিষ্ট লেখক,কবি, শিক্ষক লক্ষী প্ৰসাদ ডেকাক ‘তপোধন অসম’সন্মান প্ৰদান

নগাঁও জিলাৰ ৰহাৰ বিশিষ্ট লেখক,কবি, শিক্ষক লক্ষী প্ৰসাদ ডেকাক অসম বাৰ্তা কাকতৰ ‘তপোধন অসম সন্মান ২০২৪” প্ৰদান। অসম বাৰ্তা কাকতৰ চতুৰ্থ বৰ্ষপূতি উদযাপন আৰু বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি লক্ষী প্ৰসাদ ডেকাক এই বঁটা প্ৰদান কৰা হয়।

দেওবাৰে দিছপুৰৰ লোকনিৰ্মান বিভাগৰ প্ৰশিক্ষণ আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানতে বিশিষ্ট লেখক,কবি, শিক্ষকগৰাকীক আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰা হয়।

এই সন্মান প্ৰদানৰ কৰাৰ পাছতে ৰহাৰ বিভিন্ন দল সংগঠনৰ লগতে ৰহা বাসীয়ে ডেকাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।ইপিনে এই সন্মান লাভ কৰি উৎফুল্লিত হৈ পৰিছে লক্ষী প্ৰসাদ ডেকা। এই সন্মান প্ৰদান কৰাৰ বাবে অসম বাৰ্তা কাকত গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিলে বিশিষ্ট লিখক গৰাকীয়ে।

Leave A Reply

Your email address will not be published.