মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভূপেন বৰাৰ গোচৰ ৰুজু…

ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভূপেন বৰাই তৰিলে মানহানি গোচৰ


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে কেতবোৰ আপত্তিজনক আৰু সমাজত ভাবমূৰ্তি নষ্ট হ’ব পৰা মন্তব্যৰ বাবেই গোচৰ তৰা বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে আদালতৰ দ্বাৰস্থ হৈছে আৰু গোচৰটো ইতিমধ্যে ন্যায়ালয়ত পঞ্জীভূক্ত হোৱা বুলি জানিব পৰা গৈছে।

Related Articles