Breaking

অপহৰণকাৰীৰ কবলৰ পৰা ওলাই আহিল প্ৰসেনজিৎ নাইডিং…

0 67

যৱনিকা পৰিল ডিমা হাছাওৰ ৰহস্যঘন অপহৰণ নাটকৰ। অপহৰণকাৰীৰ কবলৰ পৰা ওলাই আহিল প্ৰসেনজিৎ নাইডিং। উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মনজিৎ নাইডিঙৰ ভাতৃ প্ৰসেনজিৎ।

শুকুৰবাৰে নিশা লামডিং ৰিজাৰ্ভ ফৰেষ্টৰ পৰা উদ্ধাৰ প্ৰসেনজিতক। পাৰিবাৰিক কাৰণত প্ৰসেনজিৎ নাইডিঙে নিজেই ৰচনা কৰিছিল অপহৰণৰ নাটক।

চাথিলজিৎ নাইডিং নামৰ বন্ধুৰ সৈতে ৰচিছিল অপহৰণৰ নাটক। ১৮ এপ্ৰিলৰ পুৱতিনিশা ঘৰৰ পৰা চাথিলজিতৰ বাহনেৰে গৈছিল ডিমাপুৰলৈ।

Leave A Reply

Your email address will not be published.