শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ… অপৰাধ By দৈনন্দিন বাৰ্তা Last updated May 3, 2024 0 30 Share শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ৷ এটা পিষ্টল, দুজাঁই সক্ৰিয় গুলী, এটা মেগজিন, এটা ম’বাইল জব্দ৷ ছাইদুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পিছফালৰ পৰা জব্দ মাৰণাস্ত্ৰখিনি৷ ASSAMCRIME 0 30 Share